সিৰামুৰিয়ে ধৰা (Assamese) [ Roman: xi.ya.mu.ri.ye dho.ra]
    Contributed by: Partha P Sarmah on 2007-12-01
    1. (Abstract Noun) a sudden painful muscular cramp in the neck or back ডিঙিৰ বা পিঠিৰ মাংসপেশীত হঠাতে হোৱা সংকোচন৷ আক্ৰান্ত ব্যক্তিয়ে সেই ঠাইত বিষ অনুভৱ কৰে৷